Class8. L-2.জাতকৰ সাধু









)চমু উত্তৰ দিয়া I  


)জাতকৰ কাহিনীসমূহ কোন ৰ্ধমৰ লগত জড়িত?

উত্তৰ:-জাতকৰ কাহিনী সমূহ বৌদ্ধ ৰ্ধমৰ লগত জড়িত

)কোন দেশত এই কাহিনীসমূহ জন্ম হৈছিল?


উত্তৰ:-জাতকৰ কাহিনীসমূহৰ জন্ম ভাৰতৰ্বষত হৈছিল

)জাতকসমূহ কি ভাষাত ৰচিত?

উত্তৰ:-জাতকসমূহ পালি ভাষাত ৰচিত

)বোধিসত্ত্ব কোন?

উত্তৰ:-গৌতম বুদ্ধ দেৱক বোধিসত্ত্ব বুলি কোৱা হয়

)জাতকৰ কাহিনীসমূহ ৰচনা কৰাৰ মূল উদ্দেশ্য কি?

উত্তৰ:- বৌদ্ধ ধৰ্মৰ সাৰ কথা বোৰ গল্পৰ ছলেৰে সাধাৰণ মানুহক বুজাবলৈ 

জাতকৰ কাহিনীসমূহ ৰচনা কৰা হৈছিল I

)ধনপালীক গিৰিহঁতে কিয় মাৰ-পিট কৰিছিল?

উত্তৰ:-ধনপালীক গিৰিহঁতে তাইৰ কামত অসন্তুষ্ট হৈ মাৰ-পিট কৰিছিল

)পাপকে লগ পোৱা মানুহবোৰে সৎকাৰ কৰা মৃত ব্যত্তিজনৰ নাম কি আাছিল?

উত্তৰ:-পাপকে লগ পোৱা মানুহবোৰে সৎকাৰ কৰা ব্যত্তিজনৰ নাম আছিল 'জীৱক'

)কিহৰ জৰিয়তে মানুহে জীৱনত সিদ্ধিলাভ কৰিব পাৰে?

উত্তৰ:-কৰ্মৰ জৰিয়তে জীৱনত সিদ্ধিলাভ কৰিব পাৰে


2)বহলাই লিখা  I


)সিদ্ধাৰ্থ গৌতমে একেজনমতে বুদ্ধত্ব লাভ কৰিছিলনে ?এই ক্ষেএত

 বৌদ্ধসকলে কি বুলি বিশ্বাস কৰে ?

উত্তৰ:-সিদ্ধাৰ্থ গৌতমে একেজনমতে বুদ্ধত্ব লাভ কৰা নাছিল।

           বৌদ্ধসকলে বৌদ্ধ ৰ্ধমত পূৰ্বজন্মত বিশ্বাস কৰিছিল।পূৰ্বজন্মত কৰা কৰ্মফল অনুযায়ীহে পৰজন্মত জীৱই বিভিন্ন ৰূপত জন্মলাভ কৰে Iবৌদ্ধ সকলৰ বিশ্বাস যে গৌতম বুদ্ধ জন্মতে মহৎ লোক হোৱা নাই।বহুত জন্মৰ  দুৱাৰডলি পাৰ হৈহে তেঁও বুদ্ধত্ব লাভ কৰিব পাৰিছিল।পূৰ্বৰজন্ম বিলাকত তেঁও কেতিয়াবা মানুহ,কেতিয়াবাদেৱতা,কেতিয়াবা গন্ধৰ্ব,আনকি পশু,পক্ষী,সাপ আদি ৰূপতো জন্মলেছিল I

)জাতকৰ কাহিনী কিমান আাছে বুলি অনুমান কৰা হয় ?

উত্তৰ:-জাতকৰ কাহিনীসমূহ কিমান সেই বিষয়ে বিভিন্ন জনে বিভিন্ন
মন্তব্য কৰে। কোনোৱে কয় চাৰিশ পঞ্চাশমান  আাৰু  কোনোৱে
কয়  পাঁচশ পঞ্চাশমান  'ব।

)পাপকৰ মনত কিয় শান্তি নোহোৱা হৈছিল ?

উত্ত:-পাপক শব্দৰ অৰ্থ হৈছে পাপীহ।ডাঙৰ হৈ যেতিয়া নিজৰ নামৰ অৰ্থ
বুজিব পাৰিলে তেতিয়াৰে পৰা পাপকৰ মনত শান্তি নোহোৱা হয়।

)পন্থকে পথ হেৰুওৱা বুলি শুনি পাপক আচৰিত হোৱাত পন্থকে কি বুলি    

কলে ?

উত্তৰ:-পন্থকে পাপক ক কৈছিল "পন্থক নাম 'লেই যে বাট নেহেৰুৱাব
তাৰ কি যুক্তি আছে?পন্থক বোলাজনৰো বাট হেৰাব পাৰে,অপন্থকৰো
হেৰাব পাৰে।নামৰ লগত ইয়াৰ একো সম্পৰ্ক নাই।নাম হৈছে মানুহ
এজনক চিনি পোৱাৰ উপায় মাথোন।তুমি এই কথাও নাজানানে !’’

)নাম বিচাৰি গৈ হোৱা অভিজ্ঞতাৰ কথা পাপকে গুৰুৰ আাগত কি বুলি

ব্যাখ্যা কৰিছিল ?

উত্তৰ:-পাপকে  নাম বিচাৰি গৈ হোৱা অভিজ্ঞতাবোৰ গুৰুজনৰ আগত এই
দৰে ব্যাখ্যা কৰিছিল-“গুৰু দেৱ মোৰ ভুল হৈছিল  বিনাকাৰণতে মই
মোৰ নাম টো লৈ অসন্তুষ্ট হৈছিঁলো  জীৱক নামৰ লোকৰো মৃত্যু হয়,
অজীৱকৰো হয়ধনপালীও দৰিদ্ৰ হয়, ধনপালীও দৰিদ্ৰ হয় পন্থকেই
হওক বা অপন্থকেই হওকদুয়োজনেই বাট হেৰুৱাব পাৰে।নামৰ লগত
সিদ্ধি লাভৰ সম্পৰ্ক নাই সিদ্ধি লাভৰ উপাই হল ৰ্কম । মই পাপক
নামতে সন্তুষ্ট । মোক আন নামৰ কোনো প্ৰয়োজন নাই I ''

)শুদ্ধ উত্তৰটোত()এই চিহ্ন দিয়া

()জাতকসমূহৰ ৰচনাকাল-

()খ্ৰী:পূচতুৰ্থ শতিকা
()খ্ৰী:পূ:পঞ্চম শতিকা()
()খ্ৰী:পূষষ্ঠ শতিকা
()খ্ৰী:পূনৱম শতিকা

()গৌতম বুদ্ধৰ পিতৃৰ নাম-

()বৌধসত্ত্ব
()সিদ্ধাৰ্থ
()শুদ্ধোধন()
()জীৱক

()ধনপালী শব্দৰ অৰ্থ হৈছে-

)দামী
()দৰিদ্ৰ
()ধনৰ গৰাকী()
()ধনৰ ধব্ব ং কাৰী

()মানুহে জীৱনত সিদ্ধিলাভ কৰিব পাৰে-

()ৰ্কমৰ জৰিয়তে()
()নামৰ জৰিয়তে
()ধনৰ জৰিয়তে
()ক্ষমতাৰ জৰিয়তে

)তলত দিয়া শব্দকেইটাৰ বহবচনৰ  ৰূপ লিখা-

তেঁওতেঁওলোক

শিষ্যশিষ্যসকল

কাহিনীটোকাহিনীবোৰ

ভক্তভক্তসকল

মইআমি

তাৰসিঁহতৰ

এজনবহুজন

লোকলোকসকল

)তলত দিয়া শব্দসমূহৰ পদ পৰিবৰ্তন কৰা-

ভাৰতভাৰতীয়

সমূহসমূহীয়া

ৰূপৰূপালী

বছৰবছৰেকীয়া

দৰিদ্ৰদৰিদ্ৰতা

নামনামী



 ----------------------x----------------------






Post a Comment

0 Comments