Class8.L-10.বিদ্যাসাগৰৰ চৰিত্ৰত মাতৃ-শিক্ষা






)চমু উত্তৰ দিয়া

)কিহৰ বলত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ গোটেই পৃথিৱীৰ চক্ৰৱৰ্তী ৰজা ' পাৰিছে?
উত্তৰ- চৰিএৰ বলত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ গোটেই পৃথিৱীৰ চক্ৰৱৰ্তী ৰজা ' পাৰিছে

)বাংলা গদ্যৰ ভেটি প্ৰতিষ্ঠাপক কোন?
উত্তৰ- বাংলা গদ্যৰ ভেটি প্ৰতিষ্ঠাপক ' ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ

)ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ বিদ্যোৎসাহীসকলৰ কিয় শ্ৰদ্ধাৰ প্ৰাএ?
উত্তৰ-বিনামূল্যে বিদ্যা বিতৰণ কৰা বাবে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ বিদ্যোৎসাহীসকলৰ শ্ৰদ্ধাৰ প্ৰাএ

)ঈশ্বচন্দ্ৰৰ পৃথিৱী পূজিত চৰিএৰ মূলতে কোন?
উত্তৰ- ঈশ্বৰচন্দ্ৰৰ পৃথিৱী পূজিত চৰিএৰ মূলতে হৈছে তেঁওৰ মাতৃ ভগৱতী দেৱী

)বৰলাট চাহাবক লগ কৰিবলৈ যাঁওতে ঈশ্বৰচন্দ্ৰই কি পিন্ধি গৈছিল?
উত্তৰ- বৰলাট চাহাবক লগ কৰিবলে যাঁওতে ঈশ্বৰচন্দ্ৰই ধুতী-চেলেং পিন্ধি গৈছিল

)বিদ্যাসাগৰৰ সদায় পিন্ধা সাজযোৰ কি আছিল?
উত্তৰ-বিদ্যাসাগৰৰ সদায় পিন্ধা সাজযোৰ '- ককাঁলত মোটা ধুতী,গাত মখমল চাদৰ আৰু ভৰিত চটিজোতা

)বহলাই লিখা
)মানুহে পিন্ধা সাজ-পাৰ সমন্ধে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে মাকৰ পৰা কি কথাষাৰ  শিকিছিল?
উত্তৰ-মানুহে পিন্ধা সাজ-পাৰ সমন্ধে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে মাকৰৰ পৰা এষাৰ কথা ভালকৈ শিকিছিল যে,সাজ-পাৰ মানৱ মহত্ত্বৰ একো অংশ বা অংগ নহয়। বিদ্যাসাগৰে লোকৰ ঘৰত থাকি কলকতাত সংষ্কৃত পঁঢ়োতে যি সাজ-পাৰ পিন্ধিছিল আঢ়ৈ কুৰি টকা দৰ্মহা পাঁওতেও তাকেহে পিন্ধিছিল আৰু যেতিয়া তেঁও নিজ অধ্যৱসায় আৰু স্বাধীন চেষ্টাৰ বলত মাহে ১৫০০ টকীয়া চাকৰি কৰি চহকী হৈছিল তেতিয়াও তেঁওৰ সেই চিৰ-পৰিচিত পৰিচ্চদেই আছিল

)বিধৱা বিবাহৰ প্ৰচলনৰ ক্ষেএত ঈশ্বৰচন্দ্ৰৰ মাকে কেনেদৰে মানুহক উৎসাহ দিছিল?
উত্তৰ- ভাৰতীয় বিধৱা-বিবাহ আন্দোলনৰ মহাবীৰ ঈশ্বৰচন্দ্ৰৰ হৃদয়ত তেওঁৰ মাতৃয়েহে বিধৱা-বিবাহৰ কঠীয়া সিঁচি দিছিল ।ঈশ্বৰ চন্দ্ৰৰ
আদৰ্শ লৈ আন্দোলনৰ পৰবৰ্তী কালত বঙলাত যিবিলাক বিধৱাৰ পুনবিৱাহ হৈছিল তেঁওলোকক সমাজে কোনো ৰকমৰ ঘৃণা বা অৱজ্ঞা কৰা দেখিলে বিদ্যাসাগৰৰ মাকে সিবিলাকক নিজা ঘৰলৈ মাতি আনি একে প্ৰাত্ৰতে আহাৰ পৰ্যন্ত কৰি সমাজক আৰ্হি দেখুৱাইছিল।

)ঈশ্বৰচন্দ্ৰক দয়াৰ সাগৰ বুলি নকৈ কিয় মাকক দয়াৰ সাগৰ বুলি কৈছে?
উত্তৰ-মানুহে কয় ঈশ্বৰ চন্দ্ৰ দয়াৰ সাগৰ আছিল।কিন্তু তেওঁ প্ৰ্কৃততে দয়াৰ নৈ হে আছিল যি নৈ বৈ আহিছিল তেওঁৰ মাতৃ ভগৱতী দেৱীৰ দয়াৰ সাগৰৰ পৰা। ঈশ্বৰ চন্দ্ৰই যেতিয়া কলকাতাত কম বেতনত কাম কৰি দুঠাইত দুখন ঘৰ চলাইছিল তেতিয়া তেওঁৰ মাতৃয়ে ধুতী বোৱা অৰ্জিত ধনৰ সৰহ ভাগ দান-দক্ষিনা দিছিল। আনহাতে তেওঁ লোকৰ গাওঁৰ ঘৰ অগ্নিত ভস্ম হোৱাত, বিদ্যাসাগৰে মাতৃক কলকাতালৈ লৈ যাব বিছৰাত তেওঁ কৈছিল যে- যদি তেওঁ গাওঁ এৰি যায়, তেন্তে দুখীয়া ঘৰৰ 'ৰাই কি খাই পঢ়াশালি কৰিব।সেয়েহে ভগৱতী দেৱীক দয়াৰ সাগৰ বোলা হৈছে।

)ভুল নে শুদ্ধ লিখা

)ঈশ্বৰচন্দ্ৰৰ পৃথিৱী পূজিত চৰিএৰ গুৰিত তেঁওৰ 'ৰাকালৰ বন্ধু
সকল
উত্তৰ-ভুল

)সাজ-পাৰ মানৱ মহত্ত্বৰ একো অংশ বা অংগ নহয়
উত্তৰ-শুদ্ধ

)বিধৱা বিবাহ আন্দোলন ভাৰতীয় হিন্দু বুৰজ্ঞীৰ প্ৰধান সমস্যা
উত্তৰ-শুদ্ধ

)ঈশ্বৰচন্দ্ৰই কোট-পেনট পিন্ধিহে ঘূৰিছিল
উত্তৰ- ভুল

)ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে সংষ্কৃত ব্যাকৰণ টীকা লিখি থৈ গৈছে
উত্তৰ-শুদ্ধ

)এক কুৰিত বিশ (20)'লে কিমান '?

আঢ়ৈ কুৰিপঞ্চাশ (50)

ডেৰ কুৰিতত্ৰিশ(30)

ছয় কুৰিতএশ বিশ(120)

তিনি কুৰিতষাঠি(60)

)প্ৰতিশব্দ লিখা

ৰমণীৰূপহী , সুন্দৰী , কামিণী

জননীমা, আই , মাতৃ

ভস্মছাই

ৰুগীয়াবেমাৰী, অসুস্হ, ৰুগ্ন, ব্যাধিগ্ৰ্স্ত

সাগৰসমুদ্ৰ, অৰ্ণৱ,জলধি,সৰ্পি

বিবাহবিয়া,নিকাহ,পৰিণয়,পাণিগ্ৰহণ

নৈনদী,নদ, সৰিৎ,প্ৰবাহিনী

সাজ-পাৰপিন্ধন ,কাপুৰ কানি



-----x----


Post a Comment

0 Comments