Class8.L-15.দেশ-ভ্ৰমণ






)চমু উত্তৰ দিয়া

)চকুৰে নেদেখি কেৱল বৰ্ণনা পঢ়িয়েই বস্তুৰ সবিশেষ তত্ব পোৱা যায়নে?
উত্তৰ-চকুৰে নেদেখি কেৱল বৰ্ণনা পঢ়িয়েই বস্তুৰ সবিশেষ তত্ব পোৱা
নাযায়

)মানুহ বা দেশৰ উদগতি কৰিবৰ বাবে কি কৰিব লাগিব?
উত্তৰ-মানুহ বা দেশৰ উদগতি কৰিবৰ বাবে পুৰণি গুচাই নতুন কথা প্ৰৱৰ্তাব পাৰিব লাগিব

)দেশ ভ্ৰমনৰ এটা ঘাই ফল কি?
উত্তৰ- প্ৰত্যুৎপন্নমতিত্ব বা কাললৈ বুদ্ধি দেশ-ভ্ৰমণৰ এটা ঘাই ফল।

)কোনো দেশৰ জাতীয় আচাৰ-ব্যৱহাৰ জানিব খুজিলে কেনে ধৰণৰ মানুহৰ চলন-ফুৰণলৈ চকু দিব লাগে?
উত্তৰ-কোনো দেশৰ জাতীয় আচাৰ-ব্যৱহাৰ জানিব খুজিলে সেই দেশৰ সামন্য তৰপৰ মানুহৰ চলন-ফুৰণলৈ চকু দিব লাগে

)দেশ ভ্ৰমণ কৰিবলৈ গলে লগত কেইজনমান লগৰীয়া নিয়া উচিত?
উত্তৰ-দেশ ভ্ৰমণ কৰিবলৈ 'লে লগত দুই এজন লগৰী নিয়া উচিত যাতে বিপদত সহায়ো হয় আৰু আলোচনাৰো লগ হয়

)দেশ ভ্ৰমণৰ জৰিয়তে শিক্ষা লাভ কৰিব খুজিলে কি কৰা উচিত?
উত্তৰ-দেশ ভ্ৰমণৰ জৰিয়তে শিক্ষা লাভ কৰিব খুজিলে বিদেশৰ অসুবিধাবোৰৰ সৈতে সমুখ সমৰ কৰা উচিত

)লেখকে কাৰ মন ঠৈক বুলি কৈছে?
উত্তৰ-বিদেশত নুফুৰা মানুহৰ মন নিচেই ঠেক বুলি কৈছে

)বহলাই লিখা

)দেশ ভ্ৰমণৰ ফলত আমাৰ কি কি লাভ '?
উত্তৰ-দেশ ভ্ৰমণৰ ফলত আমাৰ বহতো লাভ 'য়।নানা দেশল নানা জাতিৰ মানুহৰ লগত সম্পৰ্ক কৰিলে তেঁওলোকৰ বুদ্ধি কৌশল কেনেকোৱা আৰু তেঁওলোকৰ কোনটো কাম কেনেকৈ কৰে,আটাইবিলাক শিকিব পাৰি,আৰু ভাল বা শুৱলা দেখিলে সেই প্ৰণালী নিজৰ কামত লগাব পাৰিপ্ৰত্যুৎপন্নমতিত্ব বা কাললৈ বুদ্ধি দেশ-ভ্ৰমণৰ এটা ঘাই ফল।

)বিদেশলৈ 'লে কেনেদৰে চলা উচিত?
উত্তৰ- বিদেশলৈ 'লে তাৰ মানুহৰ লগত বা সংসৰ্গত থকা উচিত,আৰু তেঁওলোকৰ লগত সেই দেশৰ আচাৰ-ব্যৱহাৰ অনুসৰি চলা উচিতসেই দেশৰ জাতীয় আচাৰ-ব্যৱহাৰ জানিব খুজিলে ,সামান্য তৰপৰ মানুহৰ চলন-ফুৰণলৈ চকু ৰাখিব লাগে যি দেশলৈ যোৱা হয় তাৰ প্ৰসিদ্ধ ঠাইবোৰ আৰু হাট-বজাৰ চাব লাগেপাৰিলে সেই দেশৰ পণ্ডিত সকলক সাক্ষাত,তাৰ বাতৰি কাকত পঢ়া আৰু সভাত উপস্হিত থাকিব লাগে

)বিদেশলৈ যাঁওতে কিয় লগৰীয়াৰ প্ৰয়োজন '?
উত্তৰ- বিদেশলৈ যাঁওতে লগৰীয়াৰ প্ৰয়োজন ' কাৰণ বিদেশত নানা ৰকম আলৈ আহুকালত আশংকা থাকে আৰু তাত দেখা নতুন বস্তু বিলাকৰ বিষয়ে আন এজনৰ লগত আলোচনা বা ব্যাখ্যা-ব্যাখি নকৰিলে শিক্ষা পৈণত নহয়।এতেকে বিদেশলৈ অকলশৰে নগৈ দুই এজন লগৰীয়া লৈ যোৱা উচিত।

)"উদগতিৰ আন নাম পৰিৰ্বতন"-লেখকে কোৱা কথাষাৰ বুজাই লিখা?
উত্তৰ-উদগতি আন নাম পৰিৰ্বতন পুৰণি গুচাই নতুন কথা প্ৰৱৰ্তাব নোৱাৰিলে মানুহৰ বা দেশৰ উদগতি নহয়।কিন্তু ভিন ভিন দেশ নেদেখা মানুহে পুৰণি একো কথাকে লৰচৰ কৰিবলৈ নিদিয়ে তেঁওলোকে পুৰণি সকলোকে ভাল আৰু সকলোবোৰকে বেয়া দেখে।এতেকে সেই শ্ৰেণী মানুহৰ কদাপি উন্নতি নহয়

)দেশ ভ্ৰমণ কৰিবলৈ 'লে কেনেদৰে আৰু কিয় যোৱা অনুচিত?
উত্তৰ- দেশ ভ্ৰমণ কৰিবলৈ 'লে যাবৰ আগে চাবলৈ ওলোৱা ঠাইত খোৱা,শোৱা,থকা সকলো বিধৰ আয়োজন কৰি লৈ যাএা কৰা অনুচিত।কাৰণ এইদৰে হিমালয়ৰ টিঙলৈ বা মেৰুৰ অন্তলৈ 'লেও চকুৰ তৃপ্তিৰ বাদে একো শিক্ষা লাভ নহয়দেশ ভ্ৰমণৰ জৰিয়তে শিক্ষা লাভ কৰিব খুজিলে বিদেশৰ অসুবিধাবোৰৰ সৈতে সমুখ সমৰ কৰা উচিত


)তলত দিয়া বাক্যসমূহৰ বাব প্ৰশ্ন প্ৰস্তুত কৰা

)জগত প্ৰখ্যাত তাজমহল আগ্ৰা আগৰত আছে?
প্ৰশ্ন-জগত প্ৰখ্যাত তাজমহল ' আছে?

)বুৰজ্ঞীত তাজমহলৰ বৰ্ণনা পঢ়িবলৈ পোৱা যায়
প্ৰশ্ন- তাজমহলৰ বৰ্ণনা ' পঢ়িবলৈ পোৱা যায়?

)বিদেশত নুফুৰা মানুহৰ মনত বিদেশী মানুহ আশংকাৰ ঠাই
প্ৰশ্ন- বিদেশত নুফুৰা মানুহৰ মনত বিদেশী মানুহ কিহৰ ঠাই?

)বিদেশত ফুৰা মানুহৰ মনত গোটেই জগত, স্বদেশ আৰু সকলো মানুহ আপোন
প্ৰশ্ন- বিদেশত ফুৰা মানুহৰ মনত গোটেই জগত, স্বদেশ আৰু সকলো মানুহৰ স্হান কি?

)যি দেশলৈ যোৱা তাৰ প্ৰসিদ্ধ ঠাইবোৰ আৰু হাট-বজাৰ চাব লাগে
প্ৰশ্ন- কোনো দেশলৈ ভ্ৰমণ কৰিব লৈ গলে কি কি চাব লাগে?


)তলত দিয়া শব্দসমূহৰ অৰ্থ লিখা।

হাটবজাৰ

হাতমানুহৰ হাত

নতুন

সংখ্যা (9)

ফলগছৰ গুটিৰ আৱৰি থকা কোমল অংশ

ফলপৰিণাম, পৰিণতি

আচাৰআনৰ প্ৰতি মানুহৰ স্বভাৱ, ব্যৱহাৰ

আচাৰতেলত ডুবাই সংৰক্ষণ কৰা পাচলি, শাক, ফল

)বিপৰীত শব্দ লিখা।

ঠেকবহল

প্ৰখ্যাতঅখ্যাত

পুৰণিনতুন

উদগতিঅধোনতি

মিএতাশত্ৰুতা

বনৰীয়াঘৰচীয়া

স্বদেশবিদেশ

সৰহতাকৰ

------x-----

Post a Comment

0 Comments