Class8.L-8.বিক্ৰম চাৰাভাই



)চমু উত্তৰ দিয়া

)বিক্ৰম চাৰাভাইৰ ' আৰু কেতিয়া জন্ম হৈছিল?
উত্তৰ- বিক্ৰম চাৰাভাইৰ  আহমেদাবাদত ১৯২২ চনৰ ১২ আগষ্টত জন্ম হৈছিল

)বিক্ৰম  চাৰাভাইৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উত্তৰ-বিক্ৰম চাৰাভাইৰ পিতৃৰ নাম আছিল অম্বালাল আৰু মাতৃৰ  নাম আছিল সৰলা দেৱী

)কেনেধৰণৰ খেলৰ প্ৰতি বিক্ৰমৰ আগ্ৰহ আছিল?
উত্তৰ-দুঃসাহসিক খেলৰ প্ৰতি বিক্ৰমৰ আগ্ৰহ আছিল

)বিক্ৰম  চাৰাভাইৰ পত্নীৰ নাম কি ?
উত্তৰ-বিক্ৰম চাৰাভাইৰ পত্নীৰ  নাম কৃপালিনী স্বামীনাথ আছিল

)ৰবীন্দ্ৰনাথ ঠাকুৰে দুবছৰীয়া বিক্ৰমক দেখি কি বুলি ভৱিষ্য-বাণী কৰিছিল?
উত্তৰ-ৰবীন্দ্ৰনাথ ঠাকুৰে দুবছৰীয়া বিক্ৰমক দেখি ভৱিষ্য-বাণী কৰি কৈছিল -ডাঙৰ হৈ বিক্ৰমে এদিন দেশৰ নাম কৰিব

)° বিক্ৰম চাৰাভাইৰ ' কেতিয়া মৃত্যু '?
উত্তৰ-° বিক্ৰম চাৰাভাইৰ আহমেদাবাদৰ এখন হোটেলত ১৯৭১ চনৰ ২১ ডিচেম্বৰত মৃত্যু '

)বহলাই লিখা

)নিজৰ নামত চিঠি আহিবৰ বাবে বিক্ৰমে কি আৰু কিয় কৰিছিল?
উত্তৰ-নিজৰ নামত চিঠি আহিবৰ বাবে বিক্ৰমে ডাকঘৰলৈ গৈ বহুত লেফাফা কিনি নিজৰ নাম ঠিকনা লিখি ডাকঘৰত দিলে আৰু তেঁওৰ নামত সেই চিঠিবোৰ আহিবলৈ ধৰিলে।
বিক্ৰমৰ ইচ্ছা আছিল যে তেঁওৰ দেউতাকৰ দৰে তেঁওৰ নামতো বহুত চিঠি আহক ।সেইবাবে এনে কৰিছিল।

)বিক্ৰমৰ শিক্ষা জীৱনৰ বিষয়ে চমুকৈ লিখা?
উত্তৰ-বিক্ৰমে ১৯৩৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰে।১৯৩৫-৩৭ চনত গুজৰাটৰ কলেজৰ পৰা ইণ্টাৰ মিডিয়েট পাছ কৰি ১৯৩৭ চনত উচ্চ শিক্ষাৰ বাবে তেঁও ইংলেণ্ডলৈ যায়।ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা তেঁও ১৯৪০ চনত গণিত আৰু পদাৰ্থ বিজ্ঞানত সফলতাৰে বি.এচ.চি পৰীক্ষা পাছ কৰেমহাজাগতিক ৰশ্মিৰ বিষয়ে গৱেষণা কৰি কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা তেঁও ১৯৪৭ চনত পি.এইচ.ডি উপাধি লাভ কৰে

)বিক্ৰম চাৰাভায়ে কি কি পুৰষ্কাৰ পাইছিল?
উত্তৰ- বিক্ৰম চাৰাভায়ে ১৯৬২ চনত ° শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ,১৯৬৬ চন পদ্মভূষণ আৰু মৰণোওৰভাৱে পদ্মবিভূষণ সন্মালাভ কৰিছিল

)বিক্ৰম চাৰাভায়ে কি কি পদবীত নিযুক্ত হৈছিল?
উত্তৰ- চাৰাভায়ে ১৯৬১ চনত পৰমাণু বিকাশ কেন্দ্ৰৰ সদস্য নিৰ্বাচিত হয়।ড০ হোমী জাহাংগীৰ ভাবাৰ মৃত্যু পিছত তেঁও সেই কেন্দ্ৰৰ ভাৰ গ্ৰহন কৰে। ভাৰতীয় অনুসন্ধান কেন্দ্ৰৰ তেঁও প্ৰ্থম অধ্যক্ষ হয়। ড০ চাৰাভাই ১৯৬৬ চনত ইন্টাৰনেশ্যনেল কাউন্সিল অৱ ছাইন্টিফিক ইউনিয়নৰ সদস্য, ১৯৬৮ চনত ৰাষ্ট্ৰ সংঘৰ বিজ্ঞান বিভাগৰ অধ্যক্ষ, ১৯৭০ চনত জিয়''জিকেল ইউনিয়নৰ সচিব আৰু ভিয়েনা শান্তি আন্তঃৰাষ্ট্ৰীয় অণু চতুৰ্দশ পৰিষদৰ সচিব হয়।

)ভাৰতীয় অনুসন্ধান কেন্দ্ৰৰ জৰিয়তে ° বিক্ৰম চাৰাভায়ে কি
কৰিছিল?
উত্তৰ- ভাৰতীয় অনুসন্ধান কেন্দ্ৰৰ জৰিয়তে ° বিক্ৰম চাৰাভায়ে দূৰভাষা,দূৰদৰ্শন আৰু বতৰ বিজ্ঞানৰ তথ্য আহৰণ আৰু যোগাযোগৰ বাবে মহাকাশত উপগ্ৰহ স্থাপন কৰাৰ ক্ষেএত ভাৰত চৰকাৰক সফল কৰিছিল

)তলত দিয়া শব্দসমূহ ইংৰাজী শব্দটো লিখা

বাসনাWish

গাঁওVillage

বিশ্ববিদ্যালয়University

দূৰদৰ্শনTelevision

গণিতMathematics

উপগ্ৰহSatellite

পদাৰ্থ বিজ্ঞানPhysics

সংস্কৃতিCulture

উদ্যোগIndustry

হৃদযন্ত্ৰHeart

ডাকঘৰPost office

লেফাফাEnvelop

)ভাবি চাই কৰা

)কেইবিধমান দুঃসাহসিক খেলৰ নাম লিখা?
উত্তৰ- কেইবিধমান দুঃসাহসিক খেল হল-মটৰ চাইকেল ৰেছ, স্পেইনৰ ষাঁড় গৰুৰ খেল, বৰফত কৰা স্কেতিং খেল, পৰ্বত মালা বগোৱা আদি।
)তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখা

Ø ১৯১২উনৈছ শ বাৰ
Ø ৪৭সাতচল্লিশ
Ø ৩৫পঁইত্ৰিশ
Ø ৬১এষষ্ঠি
Ø ৩৭সাতত্ৰিশ
Ø ৬২বাষষ্ঠি
Ø ৪০চল্লিশ
Ø ৭০সত্তৰ
Ø ৪২বিয়াল্লিশ
Ø ৭১এসত্তৰ

)ডাকঘৰৰ জৰিয়তে চিঠি দিয়াৰ উপৰি আৰু কি কি কৰিব পাৰি?
উত্তৰ- ডাকঘৰৰ জৰিয়তে চিঠি দিয়াৰ উপৰি-
ধন জমা থোৱা, আনলৈ ধন আৰু বস্তু পঠিওৱা ,চৰকাৰৰ বিভিন্ন দৰ্শাস্ত যেনে আন্তৰ্জাতিক অনুমতিপত্ৰ নিৰ্মাণ,চৰকাৰৰ বিভিন্ন ৰাজহ দিয়া আদিও কৰিব পাৰি।

)ৰবীন্দ্ৰনাথ ঠাকুৰক কবিগুৰু সন্মানেৰে বাভূষিত কৰা 'ল।একেদৰে তলত দিয়া ব্যক্তি কেইজনৰ কি কি নামেৰে বিভূষিত কৰা হৈছে লিখা

v মহাত্মা গান্ধীজাতিৰ পিতা

v লক্ষ্মীনাথ বেজবৰুৱাৰসৰাজ

v জ্যোতিপ্ৰসাদ আগৰৱালাৰূপকোঁৱৰ

v বিষ্ণুপ্ৰসাদ ৰাভাকলাগুৰু

v ° ভূপেন হাজৰিকাসুধাকণ্ঠ

৬)তলতদিয়া বাক্যসমূহ এটা শব্দত লিখা

)গোটেই জীৱনআজীৱন

)জীৱনৰ সৰু কালছোৱাশৈশৱ

)শিক্ষাৰ শেষশিক্ষান্ত

)' গৱেষণা কৰা হয় গৱেষণাগাৰ

)যাক পূৰাব নোৱাৰিঅপূৰণীয়



--------x-------
  



Post a Comment

0 Comments