Class-9. Social science .(ভূগােল) L-3.ভাৰতবৰ্ষৰ ভূগােল


ভাৰতবৰ্ষৰ ভূগােল




1)ভাৰতবৰ্ষৰ ভৌগােলিক অৱস্থান লিখা।
উত্তৰঃ-ভাৰতবর্ষ পৃথিৱীৰ উত্তৰ গােলার্ধত অৱস্থিত এখন উল্লেখযােগ্য দেশ। এই দেশ এছিয়ামহাদেশৰ অন্তৰ্গত। পৃথিৱীৰ এখন বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ হৈছে ভাৰত। ইয়াৰ জলবায়ু,প্রাকৃতিক পৰিবেশ আৰু আর্থ-সামাজিক অৱস্থাৰ ভিন্নতাৰ বাবে এই বৈচিত্র্য পৰিলক্ষিত হয়।ভাৰতবৰ্ষত এফালে এফালে যেনেকৈ বৰফেৰে আবৃত হিমালয় অঞ্চলৰ অতি শীতল জলবায়ুঅনুভূত হয়। তেনেকৈ ৰাজস্থানৰ শুকান বালিময় মরু অঞ্চলত অতিপাত গৰম জলবায়ুপােৱা যায়। এই দেশত অতি বৃষ্টিৰ ফলত কোনাে কোনাে অঞ্চলত বানপানী হয় যদিও অন্তুকোনাে কোনাে অঞ্চলত আকেী অনাবৃষ্ঠিৰ বাবে পানীৰ নাটনি হয়। বহল পাতৰ ডাঙৰডাঙৰ গছ-গছনিৰে ভৰা অৰণ্য অঞ্চলৰ বিপৰীতে পাত-নােহােৱা কাঁইটীয়া জোপােহা গছৰঅঞ্চলে দেশখনত দেখা যায়। পর্বত, পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি আদি বিভিন্ন ভূপ্রকৃতিৰে ভাৰতৰ ভূখণ্ড বৈচিত্রপূর্ণ। সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন ভাষা, সাজ-পােছাক, খাদ্যঅভ্যাস আৰু সামাজিক ৰীতি-নীতিৰে বিভিন্ন গােষ্ঠী-জনগােষ্ঠীৰ সমাজ দেখা যায়। এছিয়ামহাদেশৰ দক্ষিণাংশত ভাৰতবর্ষ অৱস্থিত। ইয়াৰ উত্তৰে সু-উচ্চ হিমালয় পর্বৰ্থমালা আৰুচীন দেশ, দক্ষিণে ভাৰতৰ মহাসাগৰ আৰু শ্রীলংকা, পূর্বে বঙ্গোপ সাগৰ আৰু ম্যাণমাৰআৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান। এই দেশ 80428 উত্তৰৰ পৰা 3791753উত্তৰ অক্ষৰেখা আৰু 6807/33 পূবৰ পৰা মাটিকালি হৈছে 3,287,263 বর্গ কিলােমিটাৰ।

2)ভাৰতৰ উপকূল ৰেখাৰ দৈর্ঘ্য কিমান?
উত্তৰঃ-৬,১০০ কিঃমিঃ।প্রশ্নঃ

3)ভাৰতৰ মুঠ স্থলসীমাৰ দৈর্ঘ্য কিমান?
উত্তৰঃ-১৫,২০০ কিলােমিটাৰ ভাৰতৰ মুঠ স্থলসীমাৰ দৈর্ঘ্য।

4)ভাৰতৰ ভূ-খণ্ড সম্পর্কে এটি চমুটোকা লিখা।
উত্তৰঃ-ভাৰতবৰ্ষত প্রায় সকলাে দেশত প্রায় সকলাে প্ৰকাৰৰ ভূ অবয়ৰ পােৱা যায়। পর্বত, পাহাৰ,মালভূমি, সমভূমি আদি মুখ্য ভূ অবয়ববােৰৰ লগতে সেইবােৰৰ বুকুত গঢ়ি উঠা গৌণ ভূঅৱয়বসমূহে ভাৰতৰ ভূ-প্রাকৃতিক অৱস্থাক বিশেষভাৱে বৈশিষ্ট্যপূৰ্ণ কৰি তুলিছে। ভাৰতৰমাটিকালিৰ 10.7% পর্বতেৰে, 18.6% সমভূমিৰে আবৃত হৈ আছে। ভাৰতৰ সমগ্ৰ উত্তৰআৰু উত্তৰ-পূব সীমাত উচ্চ হিমালয় আৰু ইয়াৰ শাখা পর্বত অৱস্থিত। এই পার্বত্য অঞ্চলতসু-উচ্চ পর্বতশৃঙ্গ, তুষাৰ নৈ, থিয় গিৰিখাত, জলপ্রপাত আদি ভূ-অৰয়ৰ সাধাৰণতে দেখা যায়। উত্তৰ ভাৰতৰ হিমালয় আৰু ইয়াৰ শাখা পর্বতমালাৰ দৰে দক্ষিণ ভাৰতত আৰাৱলী,বিন্ধ্য, সাতপুৰা, মহাদেৱ, মহাকাল, পূর্বঘাট, পশ্চিমঘাট আদি প্রধান পর্বতশ্রেণী অৱস্থিত,উত্তৰ ভাৰতত হিমালয়ৰ পার্বত্য অঞ্চলৰ পৰা বৈ অহা নদনদী সমূহৰ দ্বাৰা বিশালসমভূমিৰ সৃষ্টি হৈছে। সিন্ধু, গঙ্গা, ব্রহ্মপুত্র নদী আৰু ইহঁতৰ অলেখ উপনৈয়ে গঠন কৰা এইপলসুৱা বৃহৎ সমভূমিক সিন্ধ, গঙ্গা আৰু ব্ৰহ্মপুত্ৰৰ দৰে পৃথিৱীৰ ভিতৰতে উল্লেখযােগ্য নদীআছে। আনহাতে, দক্ষিণ ভাৰতৰ প্ৰধাণ নদীবিলাকৰ ভিতৰত নর্মধা, তাপ্তী, মহানদী,গােদাবৰী, কৃষ্ণা আৰু কাবেৰী উল্লেখযােগ্য।

5)উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পার্থক্য লিখা।
উত্তৰঃ-উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদী সমূহৰ মাজত থকা চাৰিটা পার্থক্য হল—(ক) উত্তৰ ভাৰতৰ নদীবােৰ বৰফেৰে আবৃত ওখ পর্বৰ্তৰ পৰা ওলাই অহাৰ বাবে এইবিলাকত গােটেই বছৰ জুৰি পানীৰ সোঁত থাকে কিন্তু দক্ষিণ ভাৰতৰ নদীবােৰতুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক খৰালিকালত প্রায়েই শুকাই যায়।(খ) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি, মধ্যগতি আৰু নিম্নগতি এই তিনিটা গতি স্পষ্টকৈচকুত পৰে, কিন্তু দক্ষিণ ভাৰতৰ নদীবােৰৰ ক্ষেত্ৰত এই তিনিটা গতি স্পষ্টকৈ দেখা নাযায়।।(গ) উত্তৰ ভাৰতৰ নদীবােৰৰ উপত্যকা বহল আৰু এই নদীবােৰৰ বহুদূৰ সমতলৰ মাজেদিবৈ যােৱাৰ কাৰণে ইহঁতৰ গতি ধীৰ আৰু সেয়ে নাব্য। কিন্তু দক্ষিণ ভাৰতৰ নদীবােৰৰউপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্রোতা। সেয়েহে এই নদীবােৰ নাব্য নহয়।(ঘ) উত্তৰ ভাৰতৰ নদী-অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হােৱাৰ বাবে ঘন বসতিপূর্ণ,কিন্তু দক্ষিণ ভাৰতৰ নদী অৱবাহিকা সমূহ সিমান সাৰুৱা নহয়। সেয়ে তাত জনবসতিসেৰেঙা হােৱা দেখা যায়।

6)ভাৰতৰ ভূ-প্রাকৃতিক ভাগকেইটা কি কি?
উত্তৰঃ-ভূ-প্রাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ চাৰিটা ভাগত ভাগকৰিছে। সেইকেইটা হল :
(ক)উত্তৰৰ হিমালয় পার্বত্য অঞ্চল
(খ)উত্তৰ ভবাৰতৰ সমভূমি অঞ্চল
(গ)দাক্ষিণাত্য মালভূমি অঞ্চল
(ঘ)উপকূল অঞ্চল।

7)উঃ ভাৰতৰ হিমালয় পার্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ-উত্তৰ ভাৰতৰ হিমালয় পার্বত্য অঞ্চলৰ বৈশিষ্ট্য সমূহ তলত উল্লেখ কৰা হ'ল—(ক)হিমালয় পৃথিৱীৰ সর্বোচ্চ পর্বত। এই পৰ্বতৰ বছুতাে ঠাল ঠেঙুলি আছে।
(খ)এই হিমালয় পর্বতমালা ভাৰতৰ বাহিৰেও নেপাল, ভূটান আৰু চীন দেশলৈকে বিস্তৃতহৈ আছে।
(গ)হিমালয় পার্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে।
(ঘ)হিমালয় পার্বত্য অঞ্চলটো প্রায় 2,500 কিলােমিটাৰ দীঘল আৰু প্ৰায় 240কিলােমিটাৰৰ পৰা 5oo কিলােমিটাৰ পর্যন্তবল এই পার্বত্য অঞ্চলটোৱে প্রায় 5,00,000বর্গ কিলােমিটাৰ মাটিকালি আগুৰি আছে।
(ঙ)চেপা খাই ওপৰলৈ উঠি অহা গেছবােৰে ঢৌৰ আকাৰ নৈ ভঙ্গিল পর্বতশ্রেণীৰ সৃষ্টি কৰেআৰু সেইবাবেই হিমালয় পার্বতশ্রেণীক ভঙ্গিল পর্বত বুলি কোৱা হয়।

8)উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ- উত্তৰ ভাৰতৰ সমভূমিঅঞ্চলৰ বৈশিষ্ট্য সমূহ হল—
(ক)উত্তৰ ভাৰতৰ সমভূমি অঞ্চলক সিন্ধু-গঙ্গা ব্রহ্মপুত্র সমভূমি বুলি জনা যায়।
(খ)উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ প্ৰস্থ ঠাই ভেদে বেলেগ বেলেগ হােৱা দেখা যায়।
(গ)পাঁচখন সৰবৰ সমভূমিৰ সমষ্টিয়েই হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চল।
(ঘ)উত্তৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমিঅঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল।

9)দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখ।
উত্তৰঃ-দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য সমূহ হল—
(ক)দাক্ষিণাত্য মালভূমি অঞ্চল আকৃতিত ত্রিভূজ এটাৰ দৰে।
(খ)এই মালভূমি অঞ্চলটো পূৰণি কঠিন শিলাৰে গঠিত।
(গ)দক্ষিণৰ এই মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত আছে পশ্চিমঘাট পর্বতশ্রেণী আৰু পূর্বসীমাত আছে পুর্বঘাট পর্বত শ্রেণী।
(ঘ)দাক্ষিণাত্য মালভূমি পশ্চিমঘাট পর্বৰ্তৰ ফালে ক্রমে ওখ আৰু পুর্বঘাট পর্বতৰফালেচাপৰ আৰু এঢলীয়া।
(ঙ)দাক্ষিণাত্য মালভূমি অঞ্চলৰ মাজেৰে নর্মদা আৰু তাপ্তী নামৰ দুখন প্রধান নদীপশ্চিমলৈ বৈ গৈছে আৰু দুয়ােখন নদীয়েই কাম্বে উপসাগৰত পৰিছে।

10)উপকূল অঞ্চলৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ-উপকূল অঞ্চলৰ বৈশিষ্ট্য হল :-
(ক)উপকূল অঞ্চল দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগােপসাগৰআৰু আৰৱ সাগৰৰ পাৰে পাৰে অৱস্থিত।
(খ)ইয়াৰ উচ্চতা সাগপৃষ্ঠৰ পৰা 30 মিটাৰৰ পৰা 50 মিটাৰৰ ভিতৰত।
(গ)ভাৰতীয় উপকূল অঞ্চল দীঘল আৰু ঠেক।
(ঘ)উপকূল অঞ্চল দক্ষিণ ভাৰতৰ আটাইবিলাক প্রধান নদীয়ে - সৃষ্টি কৰা সমভূমি আৰুবদ্বীপৰ দ্বাৰা গঠিত।

11)ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ-ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যসমূহ হল—
(ক)ভাৰতবৰ্ষৰ অঞ্চলভেদে জলবায়ুৰ প্রধান উপাদান হল— উত্তাপ, বায়ুৰ চাপ, বতাহ আৰুআদ্রর্তাৰ তাৰতম্য ঘটে।
(খ)ভাৰতৰ জলবায়ু দেশখনৰ বিশালত, বিষুবৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেইজলবায়ুৰ ভিন্নতা নির্ভৰ কৰে।
(গ)জলবায়ু উত্তাপৰ তাৰতম্যৰ বাৰে বেলেগ বেলেগ হয়।
(ঘ)সাগৰ সান্নিধ্যৰ বাবে কোনাে এখন ঠাইৰ জলবায়ু সম্ভাৱনাপন্ন হব পাৰে।

12)ভাৰতৰ  মৌচুমী বতাহৰ প্ৰভাৱ সম্পর্কে এটা টোকা লিখা।
উত্তৰঃ-মৌচুমী বতাহৰ প্ৰভাৱ ভাৰতৰ জলবায়ুত যথেষ্ঠ। বছৰৰ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহবােলে। গ্রীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহপ্ৰভাৱিত হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্রবাহিত ভবি৩৩ সােয়,সেয়ে এই বতাহ দক্ষিণ-পশ্চিম দিশৰ বা অঙৰ বাৰ ইয়াক প্রশিক্ষণ-পশ্চিম মৌচুমী বতাহ ।বােলে। মেঘালয়ৰ চেপুঞ্জীত বছৰি প্রায় 1,25) চেণ্টিমিটাৰ পর্যন্ত বৰষুণ দিয়ে। এই দক্ষিণপশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষণ হয়। উত্তৰপূব মৌচুমী বতাহ শীতকালত বলে। এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূব দিশেৰে ভাৰতলৈপ্ৰভাৱিত হয় বাবে ইয়াক উত্তৰ-পূব মৌচুমী বতাহ বােলে।

13)ভাৰতৰ বৰষুণৰ বিতৰণ সম্পর্কে এটি আভাস দিয়া।
উত্তৰঃ-ভাৰতবৰ্ষৰ বার্ষিক গড় বৰষুণৰ বিতৰণৰ মানচিত্ৰখনলৈ লক্ষ্য কৰিলে দেখা যায় যে উত্তৰপূর্বঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিমঘাট পর্বৰ্তৰপশ্চিম ঢালত অধিক বৰষুণ হয়। ভাৰতৰ অৰুণাচল প্রদেশৰ বহিঃহিমালয় অঞ্চলত বৰষুণযথেষ্ট হােৱা দেখা যায়। এই অঞ্চলটোত বার্ষিক গড় বৰষুণৰ পৰিমাণ 400 চেণ্টি।মিটাৰতকৈও বেছি। ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতিকাষৰীয়অঞ্চলত বছৰি গড়ে 50 চেণ্টিমিটাৰৰাে কম বৰষুণ হয়। ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ উত্তৰআৰু পশ্চিম অংশ আৰু গুজৰাট অঞ্চলত বৰষুণ হয়। কিন্তু ব্রহ্মপুত্র সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া ।

14)ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগােৱা হৈছে লিখা।
উত্তৰঃ-ভাৰতৰ উদ্ভিদ সমূহ ছয় ভাগত ভাগ কৰা হৈছে, সেইকেইটা হ'ল চিৰসেউজীয়া উদ্ভি,মৌচুমীয় উদ্ভিদ, কহিটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, ব-দ্বীপীয় উদ্ভিদ আৰু পার্বত্যউদ্ভিদ।

15)ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ- ভাৰতৰ চিৰসেউজ উদ্ভিদৰ বৈশিষ্ট্য সমূহ হল—
(ক)চিৰসেউজ উদ্ভিদ দেখা যায় সেই অঞ্চলত যি অঞ্চলত বার্ষিক বৰষুণৰ পৰিমাণ 20oচেণ্টিমিটাৰতকৈ অধিক আৰু বার্ষিক গড় উত্তাপ 252 চেন্টিগ্রেতৰ পৰা 279 চেণ্টিপ্রেতঅঞ্চল।
(খ)চিৰসেউজ বননি সাধাৰণতে ওখ গছ-গছনিৰ সমষ্টি। ইয়াৰ গছ বিলাক 45 মিটাৰ পর্যন্তওযু হয়।
(গ)চিৰসেউজ উদ্ভিদ বিলাকৰ পাত বছৰৰ কোনাে ঋতুতে নসৰে৷
(ঘ)পশ্চিমঘাট পর্ব পশ্চিম ঢাল, আৰুণাচল হিমালয়ৰ নামনিভাগ, উজনি অসম, মণিপুৰআৰু মিজোৰামৰ পার্বত্য অঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত চিৰসেউজ উদ্ভিদদেখা যায়।

16)ভাৰতৰ পার্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ-ভাৰতৰ পার্বত্য উদ্ভিদৰ বৈশিষ্ট্য সমূহ হল:-
(ক)উত্তৰ-পূৰ্বাঞ্চলৰ পার্বত্য অঞ্চলত অৱশ্যে সমৰল গছ বেছিকৈ দেখা যায়।
(খ)16oo মিটাৰৰ পৰা 3ooo মিটাৰ উচ্চতাত কাশ্মীৰ, হিমাচল প্রদেশ, উত্তৰাঞ্চল,দার্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদকে ধৰি বিভিন্ন প্রজাতিৰ সৰুল গছৰ অৰণ্যআছে।
(গ)ভাৰতৰ পার্বত্য উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণত উচ্চতাৰ যথেষ্ট প্রভাৱ আছে।প্রশ্নঃ

17)ভাৰতৰ বর্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান?
উত্তৰঃ-ভাৰতৰ বর্তমান জনসংখ্যা হল 2011 চনৰ লােকপিয়ল মতে- 1.21, 01, 93, 422 জন।ইয়াৰ ঘনত্ব হৈছে— (প্রতিবর্গ কিঃমিঃত)-382।

18)জনপ্ৰব্ৰজন কেইপ্ৰকাৰ আৰু কি কি?
উত্তৰঃ-জনপ্ৰবজন দুই প্রকাৰৰ-বাহ্যিক প্ৰব্ৰজন আৰু আভ্যন্তরীণ প্রবজন।

20)জন প্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্ৰভাৱ পৰিছে ?
উত্তৰঃ-প্ৰব্ৰজনৰ কেইটামান বিশেষ প্রভাৱ তলত উল্লেখ কৰা হ'ল—
(i) প্ৰব্ৰজনৰ ফলত দেশৰ জাতি, ধর্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে।
(ii) প্ৰব্ৰজনৰ ফলত দেশৰ অর্থনৈতিক খণ্ডৰ পৰিৱৰ্তন হৈছে আৰু বেপাৰবাণিজ্যৰ প্ৰসাৰ ঘটিছে।
(iii)প্ৰব্ৰজনে দেশৰ তথা ইয়াৰ বিভিন্ন অঞ্চলৰ জনগাঁথনি সলনি কৰিছে। প্ৰব্ৰজনৰফলত জনসংখ্যা বৃদ্ধি, ঘনত্ব, শিক্ষিতৰ হাৰ সলনি হৈছে। কোনাে কোনােঅঞ্চলত প্ৰব্ৰজনকাৰীৰ সংখ্যা ভূমিপুত্ৰসকলৰ সংখ্যাতকৈ অধিক হােৱাৰফলত ভাষা, ধর্ম, সংস্কৃতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত সমস্যাৰ উদ্ভৱ হৈছে।
(iv)প্ৰব্ৰজনে প্রত্যক্ষভাৱে দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যােগাই আহিছে।জনসংখ্যা বৃদ্ধিৰ ফলত দেশত নানা সমস্যাৰ সৃষ্টি হৈছে। দেশৰভূমিসম্পদৰ ওপৰত অত্যধিক হেঁচা পৰিছে, অৰণ্য আৰু আর্দ্রভূমিৰপৰিৱেশত বিঘ্নিত হৈছে আৰু নিয়ােগৰ সমস্যাৰ লগতে স্বাস্থ্য আৰু শিক্ষাখণ্ডতাে সমস্যাৰ সৃষ্টি হৈছে।
(v)প্ৰব্ৰজনৰ ফলত কেতিয়াবা উদ্ভৱ হােৱা ধর্মীয় আৰু সামাজিক সংঘাতেসামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।
(vi)প্ৰব্ৰজনকাৰীসকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলি যাব নােৱাৰি।মানসিক চাপত ভােগে।প্ৰব্ৰজনৰ ফলত বিশেষকৈ নগৰ অঞ্চলত কিছুমান বস্তি অঞ্চল (slums) গঢ়িউঠিছে। এনে বক্তি অঞ্চলসমূহত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰাৰ ফলতনগৰীয়া পৰিৱেশ প্ৰদূষিত হৈ পৰিছে।
(vii)প্ৰবজনৰ ফলত দেশখনৰ বা ৰাজ্যসমূহৰ ৰাজনৈতিক পৰিস্থিতিৰ পটপৰিৱর্তন হােৱাৰ উপক্ৰম হৈছে।  

21)ভাৰতৰ অর্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ-ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্য সমূহ হল—
(ক) নিম জনমূৰি আয় (খ) জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি (গ) অত্যাধিক জনসংখ্যাৰ চাপ (ঘ)দাৰিদ্ৰত (ঙ) কৃষি নির্ভৰশীলতা (চ) বর্ধিত নিবনুৱা সমস্যা আৰু (ছ) পৰিকল্পনা ভিত্তিকউন্নয়ন।

21)ভাৰতৰ কেন্দ্রীয় শাসিত অঞ্চল কেইটা কি কি?
উত্তৰঃ-ভাৰতৰ কেন্দ্রীয় শাসিত অঞ্চল কেইটা হ'ল:
(9 union territories/ 2020 updated)
(ক)আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
(খ)চণ্ডীগড়
(গ)দিল্লী
(ঘ)দদ্ৰা আৰু নগৰহাভেলী
(ঙ)ডমন আৰু ডিউ
(চ)লাক্ষাদ্বীপ
(ছ)পণ্ডিচেৰী

22)ভাৰতৰ বর্তমান ৰাজ্য কেইখন আৰু কি কি নাম লিখা?
উত্তৰঃ-ভাৰতৰ বর্তমান ৰাজ্য 28 খন। (28 states / New updated 2020)

23)ভাৰতৰ শেহতীয়াকৈ গঠন হােৱা ৰাজ্যখন কি?ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জসংখ্যা কিমান ?
উত্তৰঃ-ভাৰতৰ শেহতীয়াকৈ গঠন হােৱা ৰাজ্যখন হ'ল— তেলেংগানা।
ইয়াৰ সৰ্বমুঠ মাটিকালি =112,077 বৰ্গ km  আৰু সংখ্যা= 35,193,978 


অতিৰিক্ত সম্ভাব্য প্রশ্ন :

1)ভাৰতবর্ষ পৃথিৱীৰ ক'ত অৱস্থিত ?
উত্তৰঃ-ভাৰৱর্ষ পৃথিৱীৰ উত্তৰ গােলার্ধ এছিয়া মহাদেশত অৱস্থিত।

2)ভাৰতবৰ্ষ কিমান উত্তৰৰ পৰা উত্তৰ অক্ষৰেখা আৰু কিমান পূৰৰ পৰা পূর্ব
দ্রাঘিৰেখাৰৰ মাজত অৱস্থিত?
উত্তৰঃ-ভাৰতবর্ষ ৪0428 উত্তৰৰ পৰা 3701753 উত্তৰ অক্ষৰেখা আৰু 687/33 পূর্বৰ পৰা 9702447 পূর্ব দ্রাঘিমাৰেখাৰ মাজত অৱস্থিত।

3)ভাৰতবৰ্ষৰ ভূপ্রাকৃতিক কেই ভাগ?
উত্তৰঃ- ভাৰতবৰ্ষৰ ভূ-প্রাকৃতিক ভাগ চাৰিটা।

4)মেঘালয় চেৰাপুঞ্জীত কিমান চেণ্টিমিটাৰ বহুৰি বৰষুণ হয় ?
উত্তৰঃ-বছৰি 125o চেণ্টিমিটাৰ বৰষুণ হয়।

5)ভাৰতত বছৰটোত প্রধাণকৈ অনুভূত হােৱা ঋতু কেইটা আৰু কি কি?
উত্তৰঃ-ভাৰতত বছৰটোত প্রধাণকৈ অনুভূত হােৱা ঋতু চাৰিটা। সেইকেইটা হ'ল— শীতকাল, প্রাকৰ্ষাকাল, বর্ষাকাল, প্রক শীতকাল।

6) ভাৰতত পৃথিৱীৰ কিমান শতাংশ মাটিকালি আছে।
উত্তৰঃ-ভাৰতত পৃথিৱীৰ মুঠ মাটিকালি আছে 2.4 শতাংশ।

7)ভাৰতৰ মুঠ মাটিকালি কিমান?
উত্তৰঃ-ভাৰতৰ মুঠ মাটিকালি হৈছে-32,87,263 বর্গ কিলােমিটাৰ।

8)ভাৰতৰ অৰ্থনীতিৰ বৈশিষ্ট্য কেইটা কি কি?
উত্তৰঃ-অত্যাধিক জনসংখ্যা, দৰিদ্ৰতা, কৃষি নির্ভৰশীলতা আৰু বর্ধিত নিবনুৱাৰ সমস্যা।

9)ভাৰতবৰ্ষৰ কেন্দ্রীয় শাসিত অঞ্চল কেইখন?
উত্তৰঃ-ভাৰতবৰ্ষৰ কেন্দ্রীয় শাসিত অঞ্চল 7 খন।

10)ভাৰতৰ কৃষিখণ্ডৰ গুৰুত্বৰ অপৰিসীম হােৱাৰ কাৰণ কেইটা কি কি?
উত্তৰঃ-(ক)দেশখনৰ জনসাধাৰণে খাদ্য আহৰণৰ বাবে কৃষিখণ্ডৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়।
(খ)দেশৰ কর্মক্ষয় লােকৰ 60% কৈও অধিক লােক কৃষি খণ্ডত নিয়ােজিত হৈ আছে।
(গ)দেশীয় আয়ৰ সৰ্বাধিক অংশ কৃষিখণ্ডই আগবঢ়াইছে।

11)ভাৰতীয় অর্থনীতিত উদ্যোগখণ্ডৰ গুৰুত্বৰ কাৰণ কেইটা কি কি?
উত্তৰঃ-(ক)স্বাধীনতাৰ পিছৰ পৰা দেশৰ অৰ্থনীতিত উদ্যোগ খণ্ডৰ অৰিহণা ক্ৰমান্তয়ে বৃদ্ধি পাব ধৰিছে।
(খ)ভাৰতবৰ্ষৰ দৰে নিবনুৱা সমস্যাবহুল দেশ এখনৰ বাবে উদ্যোগ খণ্ডৰ অৰিহণা
অপৰীসীম।
(গ)আন্তঃগাঁথনি উন্নয়ন দেশৰ অর্থনৈতিক উন্নয়নৰ বাবে অপৰিহার্য।

12)অসমৰ মাটিকালি কিমান?
উত্তৰঃ-অসমৰ মাটি কালি 1,60,205 বর্গ কিলােমিটাৰ।

13)ভাৰতবৰ্ষৰ কেইটামান হদৰ নাম লিখা।
উত্তৰঃ-হ্রদৰ ভিতৰত-কাশ্মীৰৰ উলাৰ, ৰাজপুতনাৰ পুষ্কৰ আৰু সম্বৰ, উৰিষ্যা চিল্কা, তামিলনাডুৰ কোলাৰ আৰু পলিকট আৰু মণিপুৰৰ লকটক। হ্রদেই প্রধাণ।

14)হিমালয় পর্বল কেনে যুগত সৃষ্টি হৈছিল?
উত্তৰঃ- হিমালয় পর্বতমালা টাৰচিয়েৰি যুগত সৃষ্টি হৈছিল।

15)পঞ্জাৱ হাৰিয়ানা সমভূমি কি?
উত্তৰঃ-শতদু, বিপাশা আৰু ৰাৰি নদীয়ে গঠন কৰা সমভূমিয়ে হৈছে পঞ্জাৱ হাৰিয়ানা সমভূমি।

16)হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্রধান নৈৰ নাম লিখা।
উত্তৰঃ-সিন্ধু, গঙ্গা আৰু ব্ৰহ্মপুত্ৰ।

17)পশ্চিম উপকূলত থকা হ্রদ তিনিটা কি কি?
উত্তৰঃ-চিল্কা, কোলাৰ আৰু পলিকট।

18)আন্দামান নিকোৰৰ দ্বীপপুঞ্জ কি দৰে গঠিত?
উত্তৰঃ-আন্দামান অঞ্চলৰ 204 টা আৰু নিকোবৰ অঞ্চলৰ 11 টা সৰু বৰ দ্বীপক লৈ মুঠ 215 টা দ্বীপৰ সমষ্টিৰে গঠিত।

19)জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি?
উত্তৰঃ-দ্বিতীয়।

20)চিৰসেউজ উদ্ভিদ কি?
উত্তৰঃ-
যি বিলাকে উদ্ভিদ বছৰৰ গােটেইদিন কেইটাতে সেউজীয়া হৈ থাকে তেনে উদ্ভিদেই হল চিৰসেউজ উদ্ভিদ।

21)ভাৰতৰ প্রাকৃতিকবিভাগ কেইটাৰ বিষয়ে চমুকৈ আলােচনাকৰা।
উত্তৰঃ-গঠন ওপৰত ভিত্তিত ভাৰতবৰ্ষক চাৰিটা প্রধান ভাগত বিভক্ত কব্বিপাৰি—(ক) উত্তহিমালয়পার্বত্য অঞ্চল, (খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, (গ) দাক্ষিণাত্য মালভূমি আৰু(ঘ)উপকুলীয়া নিম্মভূমি অঞ্চল।
(i)উত্তৰৰ হিমালয় পার্বত্য অঞ্চলঃ কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্রদেশৰ পূর্বপ্রান্তলৈকে হিমালয় পর্বতমালা বিস্তৃত হৈ আছে। ইয়াৰ ঠাল-ঠেঙুলিৰে ভাৰতৰ উত্তৰৰপার্বত্য অঞ্চল গঠিত। ই পৃথিৱীৰ সর্বোচ্চ পর্বতমালা। ইয়াৰ গড় উচ্চতা 6,091 মিটাৰ। প্রায়পাঁচ কোটি বছৰ আগতে সাগৰৰ তলিৰ পৰা উঠি অহা ভূ ভাগে এই বৃহৎ ভংগিল। পৰ্বতৰসৃষ্টি কৰিছে। সেইবাবে ই স্তৰীভূত শিলাৰে গঠিত। হিমালয় পর্বত তিনিশাৰী পর্বতেৰে গঠিত।এই পর্বত তিনিশাৰীৰ দক্ষিণৰ শাৰীক অবহিমালা। মাজৰ শাৰীক মধ্য হিমালয় আৰুএকেবাৰে উত্তৰৰ শাৰীক বৃহৎ বা মূল হিমালয় বােলে। অৱমািলয়ৰ পশ্চিম অংশক ছিৱালিকপাহাৰ বােলে। অৱহিমালয়ৰ উত্তৰত থকা উপত্যকাবােৰক পশ্চিমভালে জুন আৰু পূর্বফালেমাৰি বােলে। কাশ্মীৰৰ আহল বহল উপত্যকা, উলৰা হ্রদ। পিপাঞ্জল পর্বত, নেপালৰমহাভাৰত লেখ পর্বতমালা এই মধ্য হিমালয় বা ক্ষুদ্র হিমালয়ত অৱস্থিত। ইয়াৰ উচ্চতা1,827-3,655 মিটাৰ। বৃহৎ হিমালয়ৰ গড় উচ্চতা হল 6,100 মিটাৰৰ অধিক। জাষ্কৰ,পিপাঞ্জল, চম্বা, কাংগাৰা, ধওলাধৰ আদি কেইবাখনাে ওখ পর্বত আছে। হিমালয় পর্বতমালাঅতিক্ৰম কৰিবলৈ অতি দুৰূহ। মাত্ৰ কেইটমান গিৰিপথেদিহে অতিক্ৰম কৰিব পাৰি। ইয়াৰভিতৰত লাখলৰ জোজিলা আৰু শতদ্রু নদীৰ তিব্বতৰ লগত সংযােগী ছিপকিলা গিৰিপথ,কাশ্মীৰৰ লেহ এগৰীৰৰ পৰা কাৰাকোৰাম পৰ্বতৰ চীনৰ ইয়াৰ খণ্ডলৈ যাব পৰা জেলেপলাগিৰিপথ, আৰু অৰুণাচলৰ পৰা ব্ৰহ্মদেশলৈ তেজুআন আৰু টাবাংগাপ গিৰিপথেদি অহাযােৱা কৰিব পাৰি। হিমালয়ৰ এই অংশতে ধবলগিৰি (৪,162 মিঃ) এভাৰেষ্ট (8,848 মিঃ),কাঞ্চনজংঘা (4,598 মিঃ) আদি ওখ ওখ চিৰতুষাৰ বৃত শৃংগবােৰ অৱস্থিত।

(ii) উত্তৰ ভাৰতৰ নদী গঠিত সমভূমিঃ ই পূর্ব-পশ্চিমাকৈ 2,400 কিঃ মিঃ দীঘল আৰু240-320 কিঃ মিঃ বহল। ইয়াৰ পশ্চিম অংশত সিন্ধু আৰু ইয়াৰ উপনৈ শতদ্রু, বিপাশা,ইৰাৱতী, চন্দ্রভাগা আদি উপত্যকা মিলি পঞ্জাৱ সমভূমিৰ সৃষ্টি কৰিছে। ৰাজস্থানৰ একমাত্রলেখত লবলগীয়া নৈ লুনী আজমীৰ চহৰৰ ওচৰৰ আনা সাগৰ হ্ৰদৰ পৰা ওলাই দক্ষিণপশ্চিমলৈ বৈ গৈ কচ্ছৰ ৰান অঞ্চলত সাগৰত পৰিছে। লুনী নৈ 450 কিঃ মিঃ দীঘল।ৰাজস্থানত চম্বৰ, পুঙ্কৰ দিদৱানা। লনকৰণচাৰ, পাঁচপাদৰা আদি বহুতাে লােনা পানীৰ হদ।আছে। চম্বৰেই আটাইতকৈ ডাঙৰ হ্রদ আছে। চম্বৰেই আটাইতকৈ ডাঙৰ হ্রদ। গংগা, যমুনাসমভূমিৰ মাটিকালি প্রায় 3,57,000 বর্গ কিলােমটাৰ। গংগা আৰু যমুনা নৈৰ মাজৰঅংশক গংগা, যমুনা দোবাব বােলা হয়। গংগা নদীৰ উত্তৰৰ সমভূমিক পশ্চিম অংশকৰােহিলাখণ্ড আৰু পূবৰ অংশক আউধ বােলে। বিহাৰৰ পূবত বংগদেশৰ উত্তৰ অংশকউত্তৰংগ সমভূমি আৰু দক্ষিণ অংশক ব’ দ্বীপ বােলে। ব্রহ্মপুত্র উপত্যকা 722 কিঃ মিঃদীঘল আৰু 96 কিঃ মিঃ আৰু বৰাক উপত্যকাৰ দৈর্ঘ 201 কিঃ মিঃ আৰু 96.5 কিঃ মিঃবহল।
(গ)দাক্ষিণাত্য মালভূমিঃ গংগা উপত্যকা, পূর্ব উপকূলীয় অঞ্চল আৰু পশ্চিম উপকূলীয়অঞ্চলৰ মাজত থকা ত্ৰিভূজাকৃতিৰ সমগ্ৰ অঞ্চলটো হল দাক্ষিণাত্য মালভূমি। দাক্ষিণাত্যমালভূমিৰ পূবত পূর্বটি পর্বত আৰু পশ্চিমত পশ্চিমঘাট পর্বত আছে। সমগ্র দাক্ষিণাত্যমালভূমিৰ পাহাৰবােৰ হয়জাত পাহাৰ আৰু গঞ্জোৱানা যুগৰ স্তৰীভূত শিলাৰে গঠিত।
(ঘ) উপকূলীয়া সমভূমিঃ ভাৰতৰ উপকূলীয় অঞ্চলক দুটা ভাগত ভাগ কৰিব পাৰি (i).পূর্ব উপকূলীয়া সমভূমি অঞ্চল আৰু (i) পশ্চিম উপকূলীয়া সমভূমি অঞ্চল এই দুটাভাগতবিভক্ত কৰিব পাৰি। - (i) পূর্ব উপকূলীয়া সমভূমি ০ঃ এই সমভূমি পূর্বঘাট পর্বত আৰুবংগােপসাগৰৰ মাজত বাংলাদেশৰ পৰা কুমাৰিকালৈকে 1,100 কিঃ মিঃ ঠাই জুৰি আছে। ইবহলে প্রায় 100-300 কিঃ মিঃ। - (i) পশ্চিম উপকূলীয় অঞ্চল ০ঃ এই অঞ্চলটো।পশ্চিমঘাট পর্বত আৰু আৰৱ সাগৰৰ মাজত, কাম্বে উপসাগৰৰ পৰা কুমাৰিকালৈ 1,500কিঃ মিঃ ঠাই জুৰি আছে। ই বলে প্রায় 10-15 কিঃ মিঃ।


Post a Comment

1 Comments