বিপৰীত অৰ্থ বুজোৱা শব্দ (Opposite / Antonyms / Assamese / অসমীয়া )





বিপৰীতাৰ্থক বা বিপৰীত অৰ্থ বুজোৱা শব্দ:-

অণুবৃহৎ
অনুগ্ৰহনিগ্ৰহ
অনুৰাগবিৰাগ
অতিবৃষ্টিঅনাবৃষ্টি
অধমউত্তম
অমৃতগৰল
অসুস্থসুস্থ
অসভ্যসভ্য
অগভীৰগভীৰ
অভাৱউভৈনদী
আদানপ্ৰদান
ইহকালপৰকাল
উচিতঅনুচিত
উৰ্বৰঅনুৰ্বৰ
উৎকৃষ্টনিকৃষ্ট ,অপকৃষ্ট
উপস্থিতঅনুপস্থিত
আৱাহনবিসৰ্জন
আকৰ্ষণবিকৰ্ষণ
আস্তিকনাস্তিক
আপোনপৰ
আচামীফৰিয়াদী
আপদনিৰাপদ(সম্পদ)
ইষ্টঅনিষ্ট
আশানিৰাশা
আদৰঅনাদৰ
আৰম্ভশেষ
পৰিমিতিঅপৰিমিত
পাৰ্থক্যসাদৃশ্য
প্ৰকৃতঅপ্ৰকৃত
প্ৰচুৰঅলপীয়া,অপ্ৰচুৰ
উদয়অস্ত
উন্নতিঅৱনতি
ঐক্যঅনৈক্য,পাৰ্থক্য
প্ৰাচীনঅৰ্বাচীন,আধুনিক
উপযুক্তঅনুপযুক্ত
উত্তৰনিৰুত্তৰ
উত্তমৰ্ণঅধমৰ্ণ
এতিয়াতেতিয়া
ওপৰততলত
কৃপণখৰচী,ধোঁৱাখুলীয়া
দাতাগ্ৰহীতা
ককাইদেউবাইদেউ
কুটিলসৰল,উদাৰ
কৃএিমস্বাভাৱিক,অকৃএিম
খাদ্যঅখাদ্য
খোৱানোখোৱা
গ্ৰহণবৰ্জন
গহীনচঞ্চল,উতনুৱা
গোপনপ্ৰকাশ
চেতনজড়,অচেতন
তিৰস্কাৰপুৰস্কাৰ
দ্ৰুতমন্থৰ
দেৱতা(সুৰ)অসুৰ,দৈত্য,দানৱ
নিৰ্মলমলিন
নিদ্ৰাজাগৰণ
নিষ্ঠুৰদয়ালু,মৰমিয়াল
নিন্দাস্ত্ততি,প্ৰশংসা
পৱিএঅপৱিএ
জ্ঞাতঅজ্ঞাত
সৰলজটিল,কুটিল
সপক্ষবিপক্ষ
স্থাৱৰঅস্থাৱৰ
সুগমদুৰ্গম
সুবিধাঅসুবিধা
প্ৰত্যক্ষপৰোক্ষ
প্ৰাচ্যপ্ৰতীচ্য,পাশ্চাত্য
প্ৰাকৃতবিকৃত
বন্ধনমুক্তি
বন্ধমুক্ত
বিৰহমিলন
বিখ্যাতঅখ্যাত
সুখ্যাতকুখ্যাত
বিফলতাসফলতা
বিনয়গৰ্ব,দুৰ্বিনয়
বৈধঅবৈধ
বিৰামঅবিৰাম
ভক্তিঅভক্তি
ভাইভনী
ভৃতভৱিষ্যৎ
ভোটাচোকা
মিহিখহটা
মুখ্যগৌণ
যোগবিয়োগ
শকতখীণ,চেৰেলা
শান্তঅশান্ত
শুভঅশুভ
সম্পদবিপদ
সন্ধিবিগ্ৰহ,বিসন্ধি
সহযোগঅসহযোগ
সধৱাবিধৱা
সজীৱনিৰ্জীৱ
ভালবেয়া,মন্দ
আদিঅন্ত,অনাদি
আচাৰঅনাচাৰ
লাভলোকচান
প্ৰৱেশপ্ৰস্থান
তপতচেঁচা,ঠাণ্ডা
সুন্দৰকুৎসিত,আপচু
স্থিৰঅস্থিৰ,চঞ্চল
হৰণপূৰণ
হ্ৰাসবৃদ্ধি
উন্মুক্তঅৱৰুদ্ধ
পুৰণি
'লাবগা
দিনৰাতি
উচ্ছৃঙ্খলসুশৃঙ্খল
আন্ধাৰপোহৰ
গধুৰপাতল
দীঘলচুটি
আকাশপাতাল
ডাঙৰসৰু
ধনীদুখীয়া
দেনাপাওনা
জীৱনমৰণ
ইচ্ছাঅনিচ্ছা
স্বাধীনপৰাধীন
ওখচাপৰ
'বাম
পাপপুণ্য
নতুনপুৰণি
সুখীদুখী
শত্ৰুমিত্ৰ
আদিঅন্ত ,অনাদি
গৰমশীত
হাঁহিকান্দোন
বাহিৰভিতৰ
আয়ব্যয়
অলপবেছি
স্বাৰ্থপৰাৰ্থ
উচ্চনীচ
জয়পৰাজয়
শিক্ষিতঅশিক্ষিত
ভদ্ৰঅভদ্ৰ
আশানিৰাশা
বিদ্বানমুৰ্খ
স্বদেশবিদেশ
আৰম্ভশেষ
ৰজাপ্ৰজা
শোকহৰ্ষ
ধৰ্মঅধৰ্ম
সৎঅসৎ
বাদীবিবাদী
যশঅপযশ
অভ্যাশঅনুভ্যাস
ওপৰতল
মিঠাঢিলা
আনন্দনিৰানন্দ
জাৰজহ

----x----


Post a Comment

0 Comments